← ফুৰি যাওক

মহোদয়

mahodaẏa

অৰ্থ

1.

মনৰ উচ্চ ভাব; যেনে-"মিলে আসি সহোদয়"। (নামঘোষা)

elevated state of mind

বি.

2.

শ্ৰেষ্ঠ লোক; মান্যবান লোক; ডাঙৰ মানুহ

a great man

বি.

3.

ডাঙৰ লোকক সম্বোধন কৰাত ব্যবহাৰ কৰা শব্দ

a term used in addressing a great man

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মহোদয় · অসমীয়া অভিধান