কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টুকটাককৈtuk.tak.koiAdverb
মিতব্যয়ীতাৰে বা অতি কম খৰচ কৰি
in a thrifty or frugal manner
- টুকি-টাকিṭuki-ṭākiAdverb
চুঁচি-পাচি; একণিকে নাইকিয়া কৰি
without leaving anything; entirely
- টুকিয়াṭukiẏāTransitive verb
"টোক্" শব্দৰ
- টুকুৰা-টুকুৰ হtu.ku.ra-tu.kur hoVerb-Trans.
টুকুৰা-টুকুৰ হ বা খণ্ড খণ্ড হ
to get severed or torn into pieces
- টুকুৰিয়াtu.ku.ri.yaVerb-Trans.
কোনো টান কাঠ, শিল আদিত সৰু সৰু শব্দ কৰি খুন্দিয়া৷
to make light taps on the surface.
- টুকুৰ্ টুকুৰ্ কৰেṭukur, ṭukur, kareAdverb
লাহে লাহে (কটা বা খোজ কঢ়া)
slowly; gently (said of walking or cutting)
- টুক্ṭukIntransitive verb
কুট্; একণ একণকৈ দাঁতেৰে ছিঙ্
to bite bit by bit
- টুক্টাক্কৈṭukṭākkaiAdverb
নিচেই কম খৰচতে
very thriftily
- টুকৰিয়াṭukariẏāTransitive verb
টোকৰ মাৰ্; আন আঙুলি এটা বুঢ়া আঙুলিত লগাই পিছলাই তাৰ নখ থকা ফালৰ মূৰেৰে আঘাত কৰ্
to tap with the back side of the tip of a finger
- টুটকীয়া কথাtut.ki.ya ko.thaVerbal Noun
লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।
Spiteful talk about a person who is not present.
- টুটাṭuṭāTransitive verb
কমা; তাকৰ কৰ্; হ্ৰাস কৰ্
to lessen; to decrease
- টুট্ṭuṭIntransitive verb
কম্; কম হ; কম পৰ্; ন্যূন হ; ক্ষয় হ
to be less; to decrease
- টুপাṭupāTransitive verb
টুপ লগা; টুপ খুবা
a furnish with a gabled roof or the prominent part of a japi
- টুপিয়াṭupiẏāIntransitive verb
"টিপ মাৰ্" শব্দৰ (
- টুপুৰ কৰেṭupura, kareAdverb
লঘু বস্ত্ত পৰাৰ দৰে শব্দ কৰি; লাহেকৈ
with a slight noise
- টেঁটাIntransitive verb
ম'হৰ দৰে মাৎ
to bellow like buffaloes
- টেঁটু চেপি মাৰte~.tu.se.pa marVerb-Trans.
শ্বাসনলী বা ডিঙি মুচৰি দে, বিশেষকৈ হত্যা কৰাৰ উদ্দেশ্যে
Squeeze the windpipe or neck, esp. so as to kill
- টেঁটু চেপ্te~.tu sepVerb-Trans.
শ্বাসনলী বা ডিঙি মুচৰি দে, বিশেষকৈ হত্যা কৰাৰ উদ্দেশ্যে
Squeeze the windpipe or neck, esp. so as to kill
- টেঁটুচেপাte~.tu.se.paVerbal Noun
কাৰোবাৰ ডিঙিত বৰ জোৰেৰে, উশাহ প্ৰায় বন্ধ হৈ যোৱাকৈ মৰা চেপা৷
a strong grip around somebody's neck that makes it difficult to breathe; it may even kill.
- টেই-টুকিṭei-ṭukiAdverb
টুকি-টাকি; চুঁচি-পাচি; অলপো নথকাকৈ
without leaving a jot