← ফুৰি যাওক

টেঁটা

অৰ্থ

1.

ম'হৰ দৰে মাৎ

to bellow like buffaloes

অক. ধা.

2.

ঘেঁহোবা মাতেৰে অসম্মতি প্ৰকাশ কৰ্; অনিচ্ছা বা আপত্তি প্ৰকাশ কৰ্

to whine; to express in a weak voice inability or unwillingness to do a promised thing

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ