← ফুৰি যাওক

টুটকীয়া কথা

tut.ki.ya ko.tha

অৰ্থ

1.

লোকৰ অহিত চিন্তা কৰি অইন মানুহৰ আগত লগাই কোৱা কথা ।

Spiteful talk about a person who is not present.

কৃদন্ত বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টুটকীয়া কথা · অসমীয়া অভিধান