← ফুৰি যাওক

টুটা

ṭuṭā

অৰ্থ

1.

কমা; তাকৰ কৰ্; হ্ৰাস কৰ্

to lessen; to decrease

সক. ধা.

2.

কম হোবা; . কৱদ

decreased

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টুটা · অসমীয়া অভিধান