টুপা
ṭupā
অৰ্থ
1.
টুপ লগা; টুপ খুবা
a furnish with a gabled roof or the prominent part of a japi
সক. ধা.
2.
মূৰ মোকোটাই বন্ধ কৰ্ (টোমত); যেনে-"ভৰিবলৈ নৌ পাওঁতেই কঠীয়াৰ টোমটো টুপাই পেলালে"
to close; to shut up
সক. ধা.
3.
বন্ধ কৰ্; অন্ত কৰ্; যেনে-"সাধু কথাটো অলপ কৈয়ে ঠাইতৈ টুপাই থ'লে"
to cut short; to terminate
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ