টুকৰিয়া
ṭukariẏā
অৰ্থ
1.
টোকৰ মাৰ্; আন আঙুলি এটা বুঢ়া আঙুলিত লগাই পিছলাই তাৰ নখ থকা ফালৰ মূৰেৰে আঘাত কৰ্
to tap with the back side of the tip of a finger
সক. ধা.
2.
কোনো কথা অলপকৈ উনুকিয়াই মনৰ ভাব বা কথা বুজা।
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ