কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেহেটিkeheṭiAdjective
অলপ কেহা
slightly astringent
- কেহেপাke.he.paProper Adj.
আমলখিৰ সোৱাদ৷
the taste of alum, indian gooseberry etc
- কেহেপা-কেহেপke.he.pa-ke.hepProper Adj.
আমলখিৰ সোৱাদ৷
the taste of alum, indian gooseberry etc
- কেৰkeraAdjective
কেঁবা। যেনে-"কেৰ চকু কৰি জানকীৰ চাবে মুখ।" (মা., আদিকাণ্ড)।
- কেৰকেৰীয়াAdjective
কেৰ্কেৰ্ শব্দ কৰা
creaking
- কেৰাহিkerāhiAdjective
ৰেঁকা দৱষ্টি
oblique (look)
- কেৰিমেৰিkerimeriAdjective
অনেক পাক বা মেৰ থকা; বেঁকা-বেঁকি
zigzag
- কেৰুণীয়াAdjective
কেৰোণে খোবা
bored by insect; worm-eaten
- কেৰেচাkerecāAdjective
এঢলীয়া; কতীয়া; হঁকয়া; পোন বা সত্য পথ বা উপায় নধৰা
oblique; aslant; not straight forward
- কেৰেচীke.re.siProper Adj.
আধা বনৰীয়া জন্তু, কেৰেচীয়া ( কেৰেচী শব্দতো মাইকী জন্তুত খাটে )
half tamed animal(said of female animal)
- কেৰেচীয়াkerecīẏāAdjective
এঢলীয়া; কতীয়া; হঁকয়া; পোন বা সত্য পথ বা উপায় নধৰা
oblique; aslant; not straight forward
- কেৰেপা-কেৰেপিkerepā-kerepiAdjective
কেঁচীয়া-কেঁচি; এটা এফালে, এটা আনফালে যোবা; বেঁকা-বেঁকি
inclining against each other; not parallel
- কেৰেপীয়াkerepīẏāAdjective
ফেৰেঙণিৰ নিচিনা; পোন নহৈ এটা এফালে আনটো আনফালে হোবা বা গজা; যেনে-"কেৰেণীয়া দাঁত"
forked
- কেৰেহুবাkerehubāAdjective
গজলীয়া; চেঙেৰা; ডেকা; যুবা
youthful
- কেৰেহুৱাke.re.huwaProper Adj.
সম্পূৰ্ণ যৌবন পোৱা, ডেকা কালৰ তেজ-শক্তিৰে ভৰ-পূৰ
full of energy like a youth
- কেৰোণীয়াAdjective
কেৰোণে খোবা
bored by insect; worm-eaten
- কেৰোণে ধৰাke.ro`.ne dho.raProper Adj.
কেৰোণে আক্ৰমণ কৰি বিন্ধা কৰা গছ বা ফল।
(tree or fruit) affected by a borer.
- কেৰ্জেৰাIntransitive verb; Adjective
কেৰ্জৰীয়া।
- কেৱলীয়াke.wo.li.yaProper Adj.
অবিবাহিত আৰু ধৰ্মীয় আনুগত্যৰ খাতিৰত কোনো ধৰণৰ যৌন সম্পৰ্কৰ পৰা বিৰত থকা।
Unmarried or committed to sexual abstention, esp. for religious reasons.
- কৈছনkaichanaAdjective
কেনেকুবা; কি ৰকম; যেনে -"গোবাৰিণী কৈছন কলঙ্ক হামাৰি" (বৰগীত)
of what kind