← ফুৰি যাওক

কেৰেচা

kerecā

অৰ্থ

1.

এঢলীয়া; কতীয়া; হঁকয়া; পোন বা সত্য পথ বা উপায় নধৰা

oblique; aslant; not straight forward

বিণ.

সমাৰ্থক শব্দ

2.

আধা বনৰীয়া; ভালকৈ বশ নোহোবা; আবৰী (জন্ত্ত আৰু মানুহ); দুষ্ট স্বভাবৰ

partially tames; not properly subjugated; of wild or improper character

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেৰেচা · অসমীয়া অভিধান