← ফুৰি যাওক

কৈছন

kaichana

অৰ্থ

1.

কেনেকুবা; কি ৰকম; যেনে -"গোবাৰিণী কৈছন কলঙ্ক হামাৰি" (বৰগীত)

of what kind

বিণ.

2.

হেতু

why

ক্ৰি.

3.

কিৰূপে; যেনে -"কহ উদ্ধব জীউ কৈছন ছাড়ল গোষ্ঠ কৱষ্ণ প্ৰাণ-পিউ।"

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ