← ফুৰি যাওক

কেৰাহি

kerāhi

অৰ্থ

1.

ৰেঁকা দৱষ্টি

oblique (look)

বিণ.

2.

খালি নিজৰ ফালে চোবা; স্বাৰ্থপৰ

selfish

বিণ.

3.

ভ্ৰূক্ষেপ; সমান্যৰূপে কৰা দৱষ্টি

a glance; a slight look

বিণ.

4.

লোহোৰা; লো ঢালি গঢ়া পাত্ৰ

an iron pan

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেৰাহি · অসমীয়া অভিধান