কেৰেচী
ke.re.si
অৰ্থ
1.
আধা বনৰীয়া জন্তু, কেৰেচীয়া ( কেৰেচী শব্দতো মাইকী জন্তুত খাটে )
half tamed animal(said of female animal)
প্ৰকৃত বিশেষণ
2.
দুবছৰৰ মূৰে-মূৰে পোৱালী দিয়া গাই
a cow that calves every two years
জাতিবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ