← ফুৰি যাওক

কেৰেপীয়া

kerepīẏā

অৰ্থ

1.

ফেৰেঙণিৰ নিচিনা; পোন নহৈ এটা এফালে আনটো আনফালে হোবা বা গজা; যেনে-"কেৰেণীয়া দাঁত"

forked

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেৰেপীয়া · অসমীয়া অভিধান