কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সিচবিsicabiAdjective
ছটিয়াই দিয়াৰ দবে অনেক ঠাই জুৰি থকা; সিঁচৰি- পিচৰি বিণ. লৰ্ব্বাং-তৰ্ব্বাং।
scattered about.
- সিজাsijāTransitive verb
পাক কৰ; সিদ্ধ কৰ; তাপ দি গলিত বা কোমল কৰ্
to boil; to cook.
- সিজোৱাxi.jo`.waProper Adj.
পানী গৰম কৰি সিজোৱা খাদ্য ৷
Food that is cooked in hot water.
- সিতsitaAdjective
বগা।
- সিদ্ধsiddhaAdjective
সফল; সম্পূৰ্ণ; সম্পন্ন
accomplished; fulfilled; performed.
- সিদ্ধকামsiddhakāmaAdjective
পূৰ্ণকাম; যাৰ কামনা সিদ্ধ বা পূৰ্ণ হৈছে
having the desire fulfilled
- সিদ্ধমনোৰথxid.dho.mo.no`.rothProper Adj.
আশা কৰা মতে ঘটা বা শেষ হোৱা; প্ৰচেষ্টা কৰা বা বিছৰা মতে অৰ্জন কৰা
happened or terminated according to desire; accomplished what is attempted or intended
- সিদ্ধহস্তsiddhahastaAdjective
কোনো কামত বা বিষয়ত দক্ষ বা পাৰ্গত
expert; well-skilled
- সিদ্ধান্তকাৰীxid.dhan.to.ka.riAdjective Adj.
কোনো কাম, চিন্তা আদিৰ ফলাফলৰ বাবে অতি প্ৰয়োজনীয় কিবা৷
something that is very important for the final result of some events or happenings; something that has a definite, conclusive result.
- সিদ্ধাৰ্থsiddhārthaAdjective
সিদ্ধ-মনোৰথ; যাৰ প্ৰয়োজন সিদ্ধি হৈছে
having one's needs or object attained or fulfilled; successful.
- সিদ্ধিজনকAdjective
সিদ্ধি জন্মোৰা; সিদ্ধিদাতা বি. সাঞ্ছা-পূৰ্ণকাৰী; ফলদাতা; স্ত্ৰী. সিদ্ধিদাত্ৰী; সিদ্ধিদায়িনী।
Ccausing the fulfilment of an object. ; one who gives success or fruits of labour.
- সিন্দুৰতিলকাxin.dur.ti.lo.kaProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- সিপৰীয়াxi.po.ri.yaProper Adj.
(নৈৰ) সিটো পাৰত অৰ্থাৎ বক্তাজন থকা পাৰটোৰ বিপৰীত পাৰত অৱস্থান কৰা
being or staying on the other side (of river)
- সিমৱসিমীয়াsimawasimīẏāAdjective
হিমৰ দৰে অলপ অলপকৈ পৰা; কিন্কিনীয়া; ক্ৰি. বিণ. সিম্সিম্ কৰে।
drizzling.
- সিসকলৰxi.xo.ko.lorProper Adj.
of or belonging to or pertaining to third person plural
- সিসৱৰxi.xo.worProper Adj.
of or belonging to or pertaining to third person plural
- সিহঁতৰxi.ho~.torProper Adj.
of or belonging to or pertaining to third person plural
- সিয়নিত-শোবাsiẏanita-śobāAdjective
টেঙৰ; সোৰোপা; বৰ কিৰ্পিণ
cunning; lazy; miserly.
- সিয়ানsiẏānaAdjective
টেঙৰ; ধুৰ্ত্ত; চতুৰ
clever; sharp; cunning.
- সিৰ-ফুটাsira-phuṭāAdjective
নাম-জলা; অবস্হাপন্ন
having a position or status; prominent.