← ফুৰি যাওক

সিদ্ধ

siddha

অৰ্থ

1.

সফল; সম্পূৰ্ণ; সম্পন্ন

accomplished; fulfilled; performed.

বিণ.

2.

সিজা; সিজোৰা; পাক কৰা

accomplished; boiled; cooked.

বিণ.

3.

ধ্যান কৰি দেৰ- শাক্ত বা মানুহৰ অতিৰিক্ত শক্তি পোৰা; ত্ৰিকালজ্ঞ

having supernalural faculties by divine meditation.

বিণ.

4.

গন্ধৰ্ব্বৰিলাকৰ নিচিনা এক প্ৰকাৰ উপদেবতা

a demi-god of a particular class.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সিদ্ধ · অসমীয়া অভিধান