← ফুৰি যাওক

সিদ্ধিজনক

অৰ্থ

1.

সিদ্ধি জন্মোৰা; সিদ্ধিদাতা বি. সাঞ্ছা-পূৰ্ণকাৰী; ফলদাতা; স্ত্ৰী. সিদ্ধিদাত্ৰী; সিদ্ধিদায়িনী।

Ccausing the fulfilment of an object. ; one who gives success or fruits of labour.

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সিদ্ধিজনক · অসমীয়া অভিধান