← ফুৰি যাওক

সিদ্ধাৰ্থ

siddhārtha

অৰ্থ

1.

সিদ্ধ-মনোৰথ; যাৰ প্ৰয়োজন সিদ্ধি হৈছে

having one's needs or object attained or fulfilled; successful.

বিণ.

2.

বুদ্ধদেব

a name of Gotama the Buddha.

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সিদ্ধাৰ্থ · অসমীয়া অভিধান