সিজা
sijā
অৰ্থ
1.
পাক কৰ; সিদ্ধ কৰ; তাপ দি গলিত বা কোমল কৰ্
to boil; to cook.
সক. ধা.
2.
সমাধা কৰ্; সম্পন্ন কৰ্; বিণ. সিজোৰা সিদ্ধ হোৰা; তাপৰ দ্বাৰা গলিত বা কোমল হোৰা
to accmplish; to perfect. ; boiled; cooked.
সক. ধা.
3.
সিজা জ্ঞান লাভ কৰি সাধু হোৰা; কাম বা ভক্তি কৰি পকি বা পৰিপটি হৈ উঠা; পকা; সিদ্ধ; শিষ্ট; বি. সিজোৰা।
honest; accomplished; perfect.
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ