কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মহতালিmo.ho.ta.liAbstract Noun
নিজৰ বিষয়ে ডাঙৰ ডাঙৰকৈ জহাই কোৱা কথা।
speaking of yourself in superlatives.
- মহনmahanaNoun
দেও-পূজাৰ আয়োজন কৰা আহোমসকলৰ এটি পুৰোহিত সম্প্ৰদায় বা খেল; "বাইলুং" চোবাঁ
a priestly class of the Ahoms
- মহন্তmahantaNoun
সাধু; ঈশ্বৰ-ভক্ত
an honest man; a pious man; a saint
- মহফিলmahaphilaNoun
সমাৰোহ
gathering
- মহমদ কাচিম হিন্দু চাহmoh.mod ka.sim hin.du sahProper Noun
মোগল সকলৰ সময়ত ভাৰত ভ্ৰমন কৰা আৰু ভাৰতৰ বিষয়ে বহলাই লিখা এজন পাৰ্চি ইতিহাসবিদ৷ জন্ম-১৫৭০চন৷
Well known persian historian during Mogal reign. Firishta was born in Astrabad on the Caspian Sea circa 1570 CE. His father, Gholam Ali Hindu Shah, traveled, with his family, to Ahmadnagar in India, in order to teach Persian to the prince Miran Husain Nizam Shah, with whom Firishta studied.
- মহম্মদmahammadaNoun
মুছলমান ধৰ্ম্ম-প্ৰবৰ্ত্তক [এওঁৰ 570 খ্ৰীষ্টাব্দত মক্কাত জন্ম হয়। মদিনাত এওঁৰ কবৰ আছে।]
Mohammed
- মহম্মদ ইবন বটুটাmo.hom.mod i.bon bo.tu.taProper Noun
এজন বিখ্যাত মুছলমান পৰ্যটক৷ চতুৰ্দশ শতিকাৰ আটাইতকৈ বেছি ভ্ৰমণ কৰা লোক৷ এইবোৰ তেওঁ টোকা আকাৰে লিখি গৈছে৷
An explorer of Berber descent, who is widely recognised as one of the greatest travelers of all time. He is known for his extensive travels, accounts of which were published in the Rihla.
- মহলmahalaNoun
ঘৰৰ বেলেগ বেলেগ খলপা বা তলা; মহলা
a storey
- মহলদাৰNoun
কৰ-কাটল আদায় কৰিবলৈ ভাগ কৰা কোনো এক ঠাই বা খণ্ডৰ ভাৰ পোবা লোক
a lease-holder; lessee
- মহলাmahalāNoun
পৰীক্ষা; শিক্ষাৰ চিনাকি; ইম্তাহান
an examination
- মহলীয়াmahalīẏāNoun
গাঁবত উৎপন্ন হোবা বস্ত্ত আনি নগৰত থাউকতে বেচোঁতা
a wholesale dealer of country-produce
- মহলোকmahalokaNoun
সপ্তলোকৰ চতুৰ্থ লোক
the fourth region of the seven celestial regions
- মহাmahāAdjective
ডাঙৰ; বৱহদাকাৰ
great; large; huge
- মহা প্ৰবন্ধকmo.ha pro.bon.dhokCommon Noun
The person who guides the activities of a number of subordinates who themselves guides activities of other people and/or businesses.
- মহা-তিতাmahā-titāNoun
ঔষধত লগা এবিধ বৰ তিতা গুটি আৰু তাৰ সৰু গছ
a kind of very bitter medicinal berry and its plant; justicea paniculata
- মহা-বিস্ফোৰণবাদmo.ha-bis.pho`.ron.badProper Noun
জ্যোতিৰ্বিজ্ঞানৰ এক মতবাদ, যাৰ মতে বহু হাজাৰ বছৰৰ আগতে এক প্ৰচণ্ড বিস্ফোৰণ সদৃশ পৰিঘটনাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল
a theory of Astronomy, according to which the universe began billions of years ago in a single event, similar to an explosion
- মহা-ভাগবতmahā-bhāgabataNoun
শ্ৰীমদ্ভাগবত; "ভাগবত" চোবাঁ। b >2/b>। সাধু পুৰুষ; ধাৰ্ম্মিক পুৰুষ
a saint; a virtuous man
- মহা-সুখmo.ha-xukhAbstract Noun
অতিমাত্ৰা আনন্দ বা সুখ
Extreme happiness
- মহাঅষ্টমীmo.ha.os.to.miProper Noun
দুৰ্গা পূজাৰ অষ্টমী তিথি(ৰ দিনা হোৱা পূজা)৷
(the puja celebrated on) the eight day of Durga Puja or Navaratri.
- মহাকচ্ছmo.ha.kos.soMaterial Noun
পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
a salt water body that cover the greater part of the earth's surface.