মহন্ত
mahanta
অৰ্থ
1.
সাধু; ঈশ্বৰ-ভক্ত
an honest man; a pious man; a saint
বি.
2.
নাম-ধৰ্ম্ম প্ৰবৰ্ত্তোবা এই দেশৰ সত্ত্ৰৰ গোসাঁই; যেনে-"এটকা মহন্ত"
a religious instructor of this province
বি.
3.
মহৎ; শ্ৰেষ্ঠ; যেনে-"এতেকেসে মহন্ত পুৰাণ" (দ্বিতীয় স্কন্ধ)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ