← ফুৰি যাওক

মহা-বিস্ফোৰণবাদ

mo.ha-bis.pho`.ron.bad

অৰ্থ

1.

জ্যোতিৰ্বিজ্ঞানৰ এক মতবাদ, যাৰ মতে বহু হাজাৰ বছৰৰ আগতে এক প্ৰচণ্ড বিস্ফোৰণ সদৃশ পৰিঘটনাৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল

a theory of Astronomy, according to which the universe began billions of years ago in a single event, similar to an explosion

সংজ্ঞাবাচক বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মহা-বিস্ফোৰণবাদ · অসমীয়া অভিধান