← ফুৰি যাওক

মহলা

mahalā

অৰ্থ

1.

পৰীক্ষা; শিক্ষাৰ চিনাকি; ইম্তাহান

an examination

বি.

2.

আৰিয়া; যেনে-"কটিৰ বস্ত্ৰক ফালি মহলা কৰিলা" (খোবা-খুবী)

a torch

বি.

3.

কেঁচুবা ল'ৰাক গাখীৰ চৰহাই খুওবা ফটাকানিৰ সৰু টুপলি

a small tuft of cloth used for feeding milk to a child

বি.

4.

ঘৰৰ খলপা

storey of a house

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ