মহা
mahā
অৰ্থ
1.
ডাঙৰ; বৱহদাকাৰ
great; large; huge
বিণ.
2.
প্ৰধান; শ্ৰেষ্ঠ
chief; principal; superior
বিণ.
3.
বৰ; অতিশয়
very; exceedingly
বিণ.
4.
সিকি; চাৰিভাগৰ এভাগ
one-fourth of a rupee
বি.
5.
এতোলাৰ চাৰিভাগৰ এভাগৰ ওজন
the weight of one-fourth of a rupee
বি.
6.
মাহী অৰ্থাৎ আইৰ ভনীয়েকৰ স্বামী
husband of mother's sister
বি.
7.
ম'হৰ ধৰণীয়া; ক'লা-মুবা
dark-brown
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ