কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কেট্কেট্ কৰেkeṭkeṭ, kareNoun; Adjective
অতিশয় (ক'লা); অতিপাত (ক'লা)। বিণ. কেট্কেটীয়া
excessively (black)
- কেণাkeṇāAdjective
পোকে খোবা বা বিন্ধা
bored by insects
- কেণা লগাke.na lo.gaProper Adj.
অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ।
unable to decide with uncertainty or doubt.
- কেতবিলাকket.bi.lakProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- কেতবোৰket.bo’rProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- কেতেকketekaAdjective; Pronoun
কিমান; কি পৰিমাণৰ
how much; how many
- কেতেৰীয়াketerīẏāAdjective
ফেৰেঙণি লগা অৰ্থাৎ পোন নোহোবা; গঁঠীয়া বা বান্ধ লগা
knotty; intricate
- কেনকেনীয়াken.ke.niyaProper Adj.
অলপ অলপকৈ কান্দি থকা লোক।
one who (specially a kid) make repeated weak plaintive crying.
- কেনুবাkenubāAdjective
কেনেকুবা।
- কেনেkeneAdjective
কেনেকুবা; কি ৰকমৰ বা প্ৰকাৰৰ; কোন বিধৰ
of what sort
- কেনেকুবাkenekubāAdjective
কি প্ৰকাৰৰ
of what sort
- কেনেবাkenebāAdjective
কিবা এক ৰকমৰ; যেনে হ'ব লাগে তেনে নোহোবা; বাল নোহোবা; সেই বিধৰ আন বস্ত্ততকৈ বেলেগ (সদায় বেয়া হোবাত বুজায়)
of a peculiar nature; unusual
- কেনেবা কেনেবাAdjective
বিসদৱশ।
- কেনেৰীয়াkenerīẏāAdjective
কান্দুৰা স্বভাবৰ; কেন্কেনীয়া; পেনেৰা
whining; whimpering
- কেন্কেনীয়াkenkenīẏāAdjective
অলপ অলপকৈ একেৰাহে পৰি থকা (বৰষুণ)
slight but continuous (rain)
- কেন্দ্ৰপসাৰীken.dro.po.xa.riVerbal Adj.
কেন্দ্ৰৰ পৰা পৰিধিৰ অভিমুখে আঁতৰি যাব খোজা
moving or directed outward from the center
- কেন্দ্ৰমুখীken.dro.mu.khiProper Adj.
পৰিধিৰ পৰা কেন্দ্ৰ অভিমুখে যাব খোজা
directed toward the center
- কেন্দ্ৰহীনVerbal Adj.
কেন্দ্ৰ নথকা
having no nucleus
- কেন্দ্ৰাতিগkendrātigaAdjective
কেন্দ্ৰৰপৰা দূৰলৈ যোবা
centrifugal
- কেন্দ্ৰানুগken.dra.nugProper Adj.
পৰিধিৰ পৰা কেন্দ্ৰ অভিমুখে যাব খোজা
directed toward the center