কেনেবা
kenebā
অৰ্থ
1.
কিবা এক ৰকমৰ; যেনে হ'ব লাগে তেনে নোহোবা; বাল নোহোবা; সেই বিধৰ আন বস্ত্ততকৈ বেলেগ (সদায় বেয়া হোবাত বুজায়)
of a peculiar nature; unusual
বিণ.
2.
কিৰূপ; কেনে (প্ৰশ্ন সোধাত); যেনে-"নৰিয়া কেনেবা আছে"
how
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ