← ফুৰি যাওক

কেন্কেনীয়া

kenkenīẏā

অৰ্থ

1.

অলপ অলপকৈ একেৰাহে পৰি থকা (বৰষুণ)

slight but continuous (rain)

বিণ.

2.

অলপ অলপকৈ বৰষুণ দি থকা (বতৰ)

having slight but continuous rain

বিণ.

3.

পেনেৰা; অলপ অলপকৈ কান্দি থকা

whining

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেন্কেনীয়া · অসমীয়া অভিধান