কেতেৰীয়া
keterīẏā
অৰ্থ
1.
ফেৰেঙণি লগা অৰ্থাৎ পোন নোহোবা; গঁঠীয়া বা বান্ধ লগা
knotty; intricate
বিণ.
2.
জটিল; পাক লগাই কোবা বা লিখা; যেনে-"কেতেৰীয়া বচন"
complicated, involved
বিণ.
3.
একে কথাকে বাৰে বাৰে কোবা; কথা নেবা; কথা পেৰি থকা
repeating the same thing again and again; not disposed to come to a settlement
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ