← ফুৰি যাওক

কেণা

keṇā

অৰ্থ

1.

পোকে খোবা বা বিন্ধা

bored by insects

বিণ.

2.

কাপোৰ বা কাঠীৰ বস্ত্ত বওঁতে হোবা ভূল; বিমোৰ

mistake in weaving or braiding

বি.

3.

কথাৰ আসোঁবাহ বা ভুল; অসঙ্গত কথা

impropriety or incorrectness of speech

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কেণা · অসমীয়া অভিধান