কেনে
kene
অৰ্থ
1.
কেনেকুবা; কি ৰকমৰ বা প্ৰকাৰৰ; কোন বিধৰ
of what sort
বিণ.
2.
(পু. অ.) ক্ৰি. বিণ. কি কাৰণে; কিয়; যেনে-"মোকে দেখিয়ো না কেনেঃ আহে জগন্নাথ"
why
বিণ.
3.
কি ৰকম; যেনে-"নৰিয়া কেনে কৰিছে"
how
ক্ৰি. বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ