কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বন্দোৱস্তVerbal Noun
বস্তুবোৰ এক নিৰ্দ্দিষ্ট ক্ৰমত সজোৱা কাৰ্য্য।
Putting things into a particular order.
- বন্দ্bandTransitive verb
সেবা কৰ্; প্ৰণাম কৰ্; যেনে-"বন্দো মন্দাৰধাৰী" (কীৰ্ত্তন)।
- বন্ধ কৰ্ban.dho korVerb-Trans.
আগুৱা, কাম কৰা, কৰি থকা কাম অবিৰতভাৱে চলাই থকা আদিত বাধা প্ৰদান কৰা
to prevent from proceeding, acting, operating, continuing, etc.:
- বন্ধ হbon.dho hoVerb-Trans.
আগুৱা, কাম কৰা, কৰি থকা কাম অবিৰতভাৱে চলাই থকা আদিত বাধা প্ৰদান কৰা
to prevent from proceeding, acting, operating, continuing, etc.:
- বন্ধকীbon.dho.kiVerbal Adj.
কোনো বস্তুৰ ওপৰত থকা অধিকাৰ বিসৰ্জন নিদিয়াকৈ ধন বা সা-সুবিধাৰ বিনিময়ত আনক গতাই দিয়া
Pledge of something as security without delivery of title or possession.
- বন্ধন গুচাbon.dhon gu.saVerb-Trans.
To relieve of a burden, obligation, or restraint
- বন্ধন-মুক্ত কৰ্bon.dhon-muk.to korVerb-Trans.
To relieve of a burden, obligation, or restraint
- বন্ধনমুক্তbon.dhon.muk.toVerbal Adj.
সংযম নথকা বা শাসনত নথকা
free from restraint or control
- বন্ধাbandhāNoun
কোনো এক নিৰ্দ্দিষ্ট কালৰ নিমিত্তে বা ধাৰ শুজিব নোবৰালৈকে খাটিবৰ নিয়মে চাকৰ হোবা মানুহ; বন্ধুবা
one borrowing money on condition of serving his creditor as a servant for a certain period of time or until the debt is paid off
- বন্ধ্যাকৰণbon.dhya.ko.ronVerbal Noun
প্ৰজনন ক্ষমতা নোহোৱা কৰা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or procedure of sterilizing or making sterile, i.e. incapable of reproduction
- বন্বনাbanbanāIntransitive verb
অকাই পকাই ফুৰ্; কাম-বন নকৰাকৈ ঘুৰি ফুৰ্
to wander about
- বমকি উঠ্bamaki, uṭhIntransitive verb
অকস্মাৎ বৰকৈ খং কৰ্
to burst into sudden anger
- বমি কৰ্bo.mi korVerb-Trans.
পাকস্থলীৰ পৰা হজম নোহোৱা খাদ্য ওলোটাই মুখেদি বাহিৰ কৰ।
to eject the contents of the stomach through the mouth.
- বমিয়াbo.mi.yaVerb-Trans.
পাকস্থলীৰ পৰা হজম নোহোৱা খাদ্য ওলোটাই মুখেদি বাহিৰ কৰ।
to eject the contents of the stomach through the mouth.
- বলক্balakIntransitive verb
বক্; অৰ্থশূন্য কথা ক; মিছা-মিছি বহুত কথা ক
ro rave; to babble; to prate
- বলপূৰ্বকAdverb
বল প্ৰয়োগ কৰি
by force or by applying force
- বলপূৰ্বক ভাবেbo.lo.pur.bok bha.beAdverb
বল প্ৰয়োগ কৰি
by force or by applying force
- বলবত্ ৰাখ্bo.lo.bot rakhVerb-Trans.
বিৰতি নোহোৱাকৈ অটুট ৰাখ
To go on or to keep up without break
- বলবলাbalabalāIntransitive verb
বক্বকা; বলক্
to babble
- বলাbalāTransitive verb
আনৰ দ্বাৰায় পিটাই বা টনাই দীঘল কৰ্
to cause to be lengthened by being beaten or drawn by another