← ফুৰি যাওক

বমি কৰ্

bo.mi kor

অৰ্থ

1.

পাকস্থলীৰ পৰা হজম নোহোৱা খাদ্য ওলোটাই মুখেদি বাহিৰ কৰ।

to eject the contents of the stomach through the mouth.

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বমি কৰ্ · অসমীয়া অভিধান