← ফুৰি যাওক

বন্ধা

bandhā

অৰ্থ

1.

কোনো এক নিৰ্দ্দিষ্ট কালৰ নিমিত্তে বা ধাৰ শুজিব নোবৰালৈকে খাটিবৰ নিয়মে চাকৰ হোবা মানুহ; বন্ধুবা

one borrowing money on condition of serving his creditor as a servant for a certain period of time or until the debt is paid off

বি.

সমাৰ্থক শব্দ

2.

আনৰ হতুবাই বন্ধন কৰা; "বান্ধ্"

the causative form of ; which see

সক. ধা.

3.

অণ্ডকোষ বা কণী খুন্দ্

to castrate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বন্ধা · অসমীয়া অভিধান