← ফুৰি যাওক

বন্ধ কৰ্

ban.dho kor

অৰ্থ

1.

আগুৱা, কাম কৰা, কৰি থকা কাম অবিৰতভাৱে চলাই থকা আদিত বাধা প্ৰদান কৰা

to prevent from proceeding, acting, operating, continuing, etc.:

সকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

খোল থকা অৱস্থাৰ অন্ত কৰ্

To block up any opening

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বন্ধ কৰ্ · অসমীয়া অভিধান