← ফুৰি যাওক

বলা

balā

অৰ্থ

1.

আনৰ দ্বাৰায় পিটাই বা টনাই দীঘল কৰ্

to cause to be lengthened by being beaten or drawn by another

সক. ধা.

2.

লেটাইত বহলকৈ মেৰা (সূতা); যেনে-সূতা বলাইছে"

to wind round a bamboo reel, as thread

সক. ধা.

3.

চলা; ফুৰা; ঘূৰা; যেনে-"চক্ষু বলাই চান্ত সীতা বিমানৰ হস্তে" (মা. ক., লঙ্কাকাণ্ড)

to turn

সক. ধা.

4.

পতা; ভুলা কথাৰে বা কাৰ্য্যেৰে বশ কৰ্

to persuade; to infatuate

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ