কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কঠোৰkaṭhoraAdjective
কৰ্কশ; টান; যেনে-"কঠোৰ বাক্য"
harsh; rough
- কণ কণProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণকণীয়াkon.ko.ni.yaProper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- কণকলিkon.ko.liProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণনিয়াkaṇaniẏāAdjective
কাণ ফটা; কাণ ছিগা (চৰু আদি)
with the brim cracked
- কণমানkon.manProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণমানিkon.ma.niProper Adj.
আকাৰ বা পৰিসৰৰ ক্ষেত্ৰত গড় হিচাপতকৈ কম
Being below the average in size or magnitude.
- কণাkaṇāNoun
একণ; ক্ষুদ্ৰ অংশ; নিচেই অলপমান
a small particle
- কণা-মুনাkaṇā-munāNoun
চকুৰে নেদেখা বা নমনা হোবা অবস্হা; কণাৰ নিচিনা বুজিববা মনিব নোবৰা হোবা অবস্হা
state of being in blindness or ignorance
- কণামুনাko.na.mu.naProper Adj.
এনে অপৰিষ্কাৰ বা ধোঁৱাময় অৱস্থা যে দেখা বা শুনাত অসুবিধা।
in a condition full of haze or other noises making it difficult for things to be seen or heard.
- কণি-কলিkaṇi-kaliAdjective
অতি সৰু; অতি ক্ষুদ্ৰ
very small
- কণী-লগাkaṇī-lagāAdjective
পেটত কণী হোবা; পেটত কণী থকা (মাছ)
big with spawn, as a fish
- কণীগঢ়ীয়াko.ni.gor.hi.yaAdjective Adj.
দেখিবলৈ কণীৰ নিচিনা;কণীৰ আকৃতিৰ ।
The shape of an ellipsoid likewise the shape of an egg.
- কণ্কণীয়াAdjective
চুকে-কাণে ভৰা; পৰিপূৰ্ণ; অলপো খালি নথকা; যেনে -"কণ্কণীয়া ভাৰ"
having no empty space; full; heavy
- কণ্টকময়kon.tok.moiProper Adj.
কাঁইটেৰে ভৰা
Having or covered with protective barbs or quills or spines or thorns or setae etc.
- কণ্টকাকীৰ্ণkon.to.ka.kir.noProper Adj.
কাঁইটেৰে ভৰা
Having or covered with protective barbs or quills or spines or thorns or setae etc.
- কণ্টকাবৃতkon.to.ka.britProper Adj.
কাঁইটেৰে ভৰা
Having or covered with protective barbs or quills or spines or thorns or setae etc.
- কণ্টকিতkon.to.ki.toProper Adj.
কাঁইটেৰে ভৰা
Having or covered with protective barbs or quills or spines or thorns or setae etc.
- কণ্ঠগতkaṇṭhagataAdjective
প্ৰাণ-বায়ু ওলাই যাবলৈ ডিঙিলৈ অহা; গতিকে মৰিব লগা হোবা; যেনে-"কণ্ঠাগত প্ৰাণ মোৰ প্ৰমাণক পাইল" (মা. ক., অযোধ্যাকাণ্ড)
come up to the throat, as life-breath for exit; about to die
- কণ্ঠলগ্নAdjective
ডিঙিত লাগি থকা
attached to the throat