← ফুৰি যাওক

কণ্কণীয়া

অৰ্থ

1.

চুকে-কাণে ভৰা; পৰিপূৰ্ণ; অলপো খালি নথকা; যেনে -"কণ্কণীয়া ভাৰ"

having no empty space; full; heavy

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কণ্কণীয়া · অসমীয়া অভিধান