কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
- অধিত্যকাadhityakāAdjective
পৰ্ব্বতৰ ওপৰত থকা বহল ওখ ভূমি, (বিপৰীত-উপত্যকা)
table-land
- অধিষ্ঠিতAdjective
থকা; অবস্হিত; আবিৰ্ভূত; থিতাপি হোবা
living; staying; present
- অধীতadhītaAdjective
পঠিত; যিটো পঢ়া বা পাঠ কৰা হৈছে।
- অধীনadhīnaAdjective
বশীভূত; তলতীয়া; আনৰ ইচ্ছামতে চলা; স্বতন্ত্ৰ বা স্বাধীন নোহোবা
dependent; subordinate
- অধীনতাAdjective
অধীন অবস্হা।
- অধীৰadhīraAdjective
অস্হিৰ; উদ্বিগ্ন; ব্যাকুল
anxious; agitated
- অধুনাতনo.dhu.na.tonProper Adj.
বৰ্তমান কালৰ অথবা বৰ্তমান কালৰ লগত সঙ্গতি থকা |
Of or pertaining to present and recent time; not ancient or remote.
- অধুনালুপ্তodhu.na.lup.toProper Adj.
ভেঁটি উচ্ছন্ন হোৱা; কোনো উত্তৰসূৰী নথকা |
no longer in existence; lost or especially having died out leaving no living representatives; "an extinct species of fish"; "an extinct royal family"; "extinct laws and customs"
- অধৈৰ্যadhairyaAdjective
ধৈৰ্য্যহীন; ব্যাকুল; উদ্বিগ্ন; অস্হিৰ; চঞ্চল
impatient; agitated
- অধৈৰ্য্যadhairyyaAdjective
ধৈৰ্য্যহীন; ব্যাকুল; উদ্বিগ্ন; অস্হিৰ; চঞ্চল
impatient; agitated
- অধোগামীAdjective
অধোগতি হোবা; তললৈ যোবা; নৰকলৈ যোবা
degraded; going to damnation or hell; damn
- অধোবদনo.dho`.bo.donVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- অধোমুখAdjective
তললৈ মুখ কৰা; তললৈ মূৰ কৰা
looking down
- অধোমুখীProper Adj.
তলৰফালে, ভূমিৰ ফালে বা সংযোগ বিন্দুৰ দিশে মুখ কৰি থকা
towards the base or point of attachment
- অধ্বংসনীয়o.dhong.xo.ni.yoProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- অধ্যাত্মadhyātmaAdjective
যি আত্মাক বিয়পি থাকে; পৰমাত্মা- সম্পৰ্কীয়; শৰীৰ বা চিত্ত-সম্পৰ্কীয়
concerning the supreme spirit, body or mind
- অধ্যাসীনadhyāsīnaAdjective
বহি থকা; উপবিষ্ট; অধিষ্ঠিত
seated
- অধ্যুষিতProper Adj.
উপনিৱেশ হিচাপে বা উপনিৱেশত স্থাপন কৰা ।
Settled as a colony or settled in a colony.
- অধ্যূষিতadhyūṣitaAdjective
অধিষ্ঠিত; য'ত বাস কৰা হয়
inhabited
- অধ্যয়ন-পিয়াসীo.dhyon.pi.ya.xiProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading