← ফুৰি যাওক

অধীন

adhīna

অৰ্থ

1.

বশীভূত; তলতীয়া; আনৰ ইচ্ছামতে চলা; স্বতন্ত্ৰ বা স্বাধীন নোহোবা

dependent; subordinate

বিণ.

2.

তলতীয়া লোক

a subordinate

বি.

3.

অধীন অবস্হা

subordinate position

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অধীন · অসমীয়া অভিধান