← ফুৰি যাওক

অধীত

adhīta

অৰ্থ

1.

পঠিত; যিটো পঢ়া বা পাঠ কৰা হৈছে।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অধীত · অসমীয়া অভিধান