← ফুৰি যাওক

অধৈৰ্য্য

adhairyya

অৰ্থ

1.

ধৈৰ্য্যহীন; ব্যাকুল; উদ্বিগ্ন; অস্হিৰ; চঞ্চল

impatient; agitated

বিণ.

সমাৰ্থক শব্দ

2.

ধৈৰ্য্যৰ অভাব; অধীৰতা; অস্হিৰতা; ব্যাকুলতা

impatient; anxiety; perturbation of the mind

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

অধৈৰ্য্য · অসমীয়া অভিধান