কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পৈতৃকpoi.trikProper Adj.
দেউতাকৰ বা পিতৃ সম্পৰ্কীয়
pertaining to one's father
- পৈত্তিকpaittikaAdjective
পিত্তৰ বিকাৰৰপৰা হোবা
bilious
- পৈতৱকpaitawakaAdjective
পিতৱ বা পূৰ্ব্বপুৰুষৰ
paternal; ancestral
- পৈমাৰীpaimārīAdjective
আপোনাৰ স্বামীক বধ কৰা; স্বামীঘাতিনী
killing one's own husband
- পৈশাচিকpaiśācikaAdjective
পিশাচ বা ভূতৰ নিচিনা; পিশাচৰ যোগ্য
diabolical; devilish
- পোকে খোৱাpo’.ke kho’.waProper Adj.
পোকে খাই নষ্ট কৰা (ফল, পাচলি আদিৰ ক্ষেত্ৰত)
eaten by insects, worms etc. especially said of fruits and vegetables.
- পোকে ধৰাpo’.ke dho.raProper Adj.
পোকে খাই নষ্ট কৰা (ফল, পাচলি আদিৰ ক্ষেত্ৰত)
eaten by insects, worms etc. especially said of fruits and vegetables.
- পোকৰ-উদীAdjective
গিদা-উদী।
- পোছাকীAdjective
ভাল সাজ-পাবত থকা
used in decent dress
- পোজাৰpojāraAdjective
ভজা গছ; এবিধ সুকাঠী গছ
the name of a tree
- পোণpoṇaNoun
কুৰি গণ্ডা; আশীটা; (তামোল আদি সৰু গোটা বস্ত্ত)
eighty
- পোণপটীয়াpo`n.po.ti.yaProper Adj.
প্ৰদৰ্শন বা পৰিৱেশনৰ সময়তে চাই থকা বা শুনি থকা
(Of a broadcast, performance, etc.) Heard or seen at the time of its performance or with an audience present
- পোনponaAdjective
বেঁকা নোহোবা; ইফাল- সিফাল নোহোবা
straight
- পোনপটীয়াpo’n.po.ti.yaProper Adj.
মাজত কোনো পাক বা বাধা নহাকৈ; আনৰ বা কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ
without any twist or obstructions in between; without taking advantage of help of others or some equipment
- পোন্দোৱাpo`n.do`.waVerbal Adj.
চেলাউৰি দুটা লগ লগাই কপাল কোঁচাই থোৱা
with the brows drawn together and the forehead wrinkled
- পোবাঁতীpobām̐tīAdjective
নকৈ সন্তান বা পোবালি হোবা
recently delivered of a child or young one
- পোলোঙাpoloṅāAdjective
গাত ডাল নেমেলাকৈ পোন হৈ বাঢ়ি যোবা দীঘল (গছ)
high and straight without branches (said of a tree)
- পোষণpoṣaṇaNoun
পোহপাল কৰা কাৰ্য্য; পালন; প্ৰতিপাল কৰা কাৰ্য্য
the act of rearing, supporting or nourishing
- পোষিতpo`.xi.toVerbal Adj.
যাক তুলি-তালি ডাঙৰ-দীঘল কৰা হৈছে
who has been nourished, supported or raised
- পোষ্যpoṣyaAdjective
পোহপাল দিব লগা; পালন কৰিব লগা
fit or proper to be maintained