পোষণ
poṣaṇa
অৰ্থ
1.
পোহপাল কৰা কাৰ্য্য; পালন; প্ৰতিপাল কৰা কাৰ্য্য
the act of rearing, supporting or nourishing
বি.
2.
(পু.) পোহনীয়া; যেনে-"তেকালে লবনু খাইলে পোষণ ৰামৰে" (বৰগীত)
tamed
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ