← ফুৰি যাওকপোন
pona
অৰ্থ
1.বেঁকা নোহোবা; ইফাল- সিফাল নোহোবা
straight
বিণ.
সমাৰ্থক শব্দ
2.থিয়; কাভি নোহোবা
erect; upright
বিণ.
সমাৰ্থক শব্দ
3.প্ৰথম; আৰম্ভ; আদি
the beginning; the first time
বি.
সমাৰ্থক শব্দ
4.কোনো বস্ত্তৰ দিশ বা ঢাল
direction
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ