← ফুৰি যাওক

পোষ্য

poṣya

অৰ্থ

1.

পোহপাল দিব লগা; পালন কৰিব লগা

fit or proper to be maintained

বিণ.

2.

পোহপাল দিব লগা মানুহ

one maintained; a dependant

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পোষ্য · অসমীয়া অভিধান