পোনপটীয়া
po’n.po.ti.ya
অৰ্থ
1.
মাজত কোনো পাক বা বাধা নহাকৈ; আনৰ বা কোনো যন্ত্ৰৰ সহায় নোলোৱাকৈ
without any twist or obstructions in between; without taking advantage of help of others or some equipment
প্ৰকৃত বিশেষণ
2.
অকণো নুলুকুৱাকৈ প্ৰকাশ কৰা (মনৰ ভাৱ)
Saying what one thinks without hiding.
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
3.
কোনো ভাঁজ, কোণ, বেঁকা অংশ বা বিষমতা নথকা; প্ৰত্যক্ষ বা উপযুক্ত, পথ বা প্ৰক্ৰিয়া লোৱা বা ধাৰণ কৰা
free from curves, bends, angles, or irregularities; lying along or holding to a direct or proper course or method
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ