← ফুৰি যাওক

পোণ

poṇa

অৰ্থ

1.

কুৰি গণ্ডা; আশীটা; (তামোল আদি সৰু গোটা বস্ত্ত)

eighty

বি.

2.

এক অনাৰ অঙ্ক; ch>/./ch> চিন

figure denoting one anna

বি.

3.

বেঁকা নোহোবা; ইফাল- সিফাল নোহোবা

straight

বিণ.

সমাৰ্থক শব্দ

4.

থিয়; কাভি নোহোবা

erect; upright

বিণ.

সমাৰ্থক শব্দ

5.

প্ৰথম; আৰম্ভ; আদি

the beginning; the first time

বি.

সমাৰ্থক শব্দ

6.

কোনো বস্ত্তৰ দিশ বা ঢাল

direction

বি.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পোণ · অসমীয়া অভিধান