কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পূৰ্ণাংগpur.nang.go.Proper Adj.
আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |
Having every necessary or normal part or component or step.
- পূৰ্ণানন্দpūrṇānandaAdjective
সদায় আনন্দেৰে ভৰপূৰ (ঈশ্বৰ)
blissful
- পূৰ্বpūrbaNoun
প্ৰথম; আদি; আগ
the beginning; prior or former time
- পূৰ্ব-নিৰ্দ্ধাৰিতpur.bo-nir.dha.ri.toVerbal Adj.
আগতীয়াকৈ থিৰাং কৰা বা পূৰ্বতে সিদ্ধান্ত লৈ থোৱা ।
settled or decided in advance.
- পূৰ্ব-নিৰ্ধাৰিতpur.bo-nir.dha.ri.toVerbal Adj.
আগতীয়াকৈ থিৰাং কৰা বা পূৰ্বতে সিদ্ধান্ত লৈ থোৱা ।
settled or decided in advance.
- পূৰ্ব-পৰিকল্পিতpur.bo-po.ri.kol.pi.toVerbal Adj.
আগেয়েই (আঁচনি বা অন্য)যুগুত কৰি থোৱা।
decided beforehand what to do and how to do about a task.
- পূৰ্বজ্ঞানহীনpur.bo.gyan.hinProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- পূৰ্ববতAdjective
আগৰটোৰ নিচিনা; . ক্ৰি. বিণ. আগৰ দৰে; পূৰ্ব্বৰ দৰে
Similar to the previous one ; as before
- পূৰ্বব্যাপীpur.bo.bya.piProper Adj.
operative with respect to past occurrences, as a statute
- পূৰ্ববৰ্তীpur.bo.bo.tiProper Adj.
উল্লেখিত সময়ৰ আগেয়ে হোৱা বা ঘটা
coming or existing before in time
- পূৰ্ববৰ্ত্তীAdjective
আগেয়ে থকা; আগৰ
previous; preceding
- পূৰ্বাপৰNoun
পুৰণি আৰু বৰ্ত্তমান কাল; আগৰ কাল আৰু এতিয়াৰ কাল
the past and the present
- পূৰ্বোক্তpūrboktaAdjective
আগেয়ে বা ওপৰত উল্লেখ কৰা
mentioned above
- পূৰ্ব্বpūrbbaNoun
প্ৰথম; আদি; আগ
the beginning; prior or former time
- পূৰ্ব্ববতAdjective
আগৰটোৰ নিচিনা; . ক্ৰি. বিণ. আগৰ দৰে; পূৰ্ব্বৰ দৰে
Similar to the previous one ; as before
- পূৰ্ব্ববৰ্ত্তীAdjective
আগেয়ে থকা; আগৰ
previous; preceding
- পূৰ্ব্বাপৰNoun
পুৰণি আৰু বৰ্ত্তমান কাল; আগৰ কাল আৰু এতিয়াৰ কাল
the past and the present
- পূৰ্ব্বোক্তpūrbboktaAdjective
আগেয়ে বা ওপৰত উল্লেখ কৰা
mentioned above
- পূৰ্বৰpur.borProper Adj.
উল্লেখিত সময়ৰ আগেয়ে হোৱা বা ঘটা
coming or existing before in time
- পৃথকpri.thokProper Adj.
এটাৰ আনটোৰ লগত চৰিত্ৰ, গুণা-গুণ, বা অৱয়বৰ মিল নথকা ৷
Not the same as another or each other; unlike in nature, form, or quality.