← ফুৰি যাওক

পূৰ্ণাংগ

pur.nang.go.

অৰ্থ

1.

আদিৰ পৰা অন্তলৈকে থকা, কোনো ভাগ বাদ নপৰা |

Having every necessary or normal part or component or step.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

দেহৰ সকলো অঙ্গ পূৰাকৈ বিকশিত হোৱা লোক

one with all full grown body parts

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ