← ফুৰি যাওকপূৰ্বাপৰ
অৰ্থ
1.পুৰণি আৰু বৰ্ত্তমান কাল; আগৰ কাল আৰু এতিয়াৰ কাল
the past and the present
বি.
সমাৰ্থক শব্দ
2.আগ-পাছ; কোনো কথাৰ আঁতি-গুৰি
everything past and present about a matter
বি.
সমাৰ্থক শব্দ
3.আগৰ আৰু এতিয়াৰ; আগেয়ে আৰু এতিয়া হোবা
of the past and the present
বিণ.
সমাৰ্থক শব্দ
4.আগেয়ে আৰু এতিয়া; আগে-পাছে
at the past and present time
ক্ৰি. বিণ.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ