← ফুৰি যাওকপূৰ্বpūrbaঅৰ্থ1.প্ৰথম; আদি; আগthe beginning; prior or former timeবি.সমাৰ্থক শব্দপূৰ্ব্ব · pūrbba2.পূৰ্ব-দিশ; গুৰিthe eastবি.সমাৰ্থক শব্দপূৰ্ব্ব · pūrbba3.আগৰ; আদিৰ; পূৰ্ব্বকালৰformer; previousবিণ.সমাৰ্থক শব্দপূৰ্ব্ব · pūrbbaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ